Web Analytics Made Easy - Statcounter

See also ebooksgratis.com: no banners, no cookies, totally FREE.

CLASSICISTRANIERI HOME PAGE - YOUTUBE CHANNEL
Privacy Policy Cookie Policy Terms and Conditions
অসমীয়া ভাষা আৰু লিপি - Wikipedia

অসমীয়া ভাষা আৰু লিপি

From Wikipedia

অসমীয়া ভাষা
বোলৰ স্থান ভাৰত, ভুটান, বাংলাদেশ
অঞ্চল অসম
মুঠ কওঁতা ২০ মিলিযন
ভাষা পৰিবাৰ
ভাষা বৰ্গিকৰণ
ভাৰোপেলী ভাষা

   ভাৰতো-ইৰানী
    পূৰ্বী ইন্ডো-আৰ্য

    অসমীয়া ভাষা

ভাষা কোড
ISO 639-1 as


অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা যদিও উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক থকাৰ তথ্য পোৱা যায়| অসমৰ বাদে ভূটান আৰু বাংলাদেশতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে।

সূচী

[edit] অসমীয়া উত্পতি

অসমীয়া ভাষা বাংলা ভাষা ব উডিযা ভাষা, মগধী প্ৰাকৃত অপভ্ৰম্স ভাষাৰ পূৰ্বী খণ্ড হৈছে। অপভ্ৰম্স পৰাকৃতেৰ উত্পতি হৈছে।

লিখিত দস্তাবেজ Written records in an earlier form of the অসমীয়া script can be traced to 6th/7th century AD when কামৰূপ (part of present-day Bengal was also a part of ancient Kamarupa) was ruled by the বৰ্মন বংশ. অসমীয়া ভাষা features have been discovered in the 9th century Charyapada, which are Buddhist verses discovered in 1907 in নেপাল, and which came from the end of the Apabhramsa period. Earliest examples of the language appeared in the early 14th century, composed during the reign of the Kamata king Durlabhnarayana of the Khen dynasty. Since the time of the Charyapada অসমীয়া has been influenced by the languages belonging to the Sino-Tibetan and Austroasiatic families.

[edit] লিপি

অসমীয়া ভাষা অসমীয়া লিপি, পূৰ্বী নাগৰী লিপি এক প্ৰকাৰ, প্ৰযোগ কৰিছে। ইহ লিপি গুপ্ত লিপিদ্বাৰা বিকাস হোএছে।[১] There is a strong tradition of writing from early times. Examples can be seen in edicts, land grants and copper plates of medieval kings. অসম had its own system of writing on the bark of the সাঁচী বৃক্ষ in which religious texts and chronicles were written. The present-day spellings in অসমীয়া are not necessarily phonetic. হেমকোষ, the second অসমীয়া dictionary, introduced spellings based on সংস্কৃত which are now the standard.

[edit] Morphology and grammar

The অসমীয়া language has the following characteristic morphological features[২]

  • Gender and number are not grammatically marked
  • There is lexical distinction of gender in the third person pronoun.
  • Transitive verbs are distinguished from intransitive.
  • The agentive case is overtly marked as distinct from the accusative.
  • Kinship nouns are inflected for personal pronominal possession.
  • Adverbs can be derived from the verb roots.
  • A passive construction may be employed idiomatically.

[edit] ধ্বনিতত্ব

অসমীয়া ভাষাৰ ধ্বনিতত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি৷ (1)ব্যঞ্জনধ্বনি : যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ বিবৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে৷ স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়৷ লিখিতভাৱে অসমীয়া ভাষাত 40 টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি 21 টাহে পোৱা যায়৷ অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনিবোৰক স্থান আৰু ধৰণ অনুসৰি তলত দিয়াৰ দৰে ভগাৱ পাৰি৷(ডক্টৰ বাণীকান্ত কাকতিৰ অনুসৰি) (1)স্পৰ্শধ্বনি : ওষ্ঠ্য : অল্পপ্ৰাণ/অঘোষ-(প)ঘোষ- (ব) মহাপ্ৰাণ/অঘোষ- (ফ)ঘোষ- (ভ) দন্তমূলীয় : অল্পপ্ৰাণ/অঘোষ-(ত)ঘোষ- (দ) মহাপ্ৰাণ/অঘোষ- (থ)ঘোষ- (ধ) কণ্ঠ্য : অল্পপ্ৰাণ/অঘোষ-(ক)ঘোষ- (গ) মহাপ্ৰাণ/অঘোষ- (খ)ঘোষ- (ঘ) (2) উষ্মধ্বনি : দন্তমূলীয় : অঘোষ-(চ)ঘোষ- (জ) কণ্ঠ্য : অঘোষ-(স) কণ্ঠ্যনালীয় : ঘোষ- (হ) (3)নাসিক্যধ্বনি : ওষ্ঠ্য : ঘোষ- (ম) দন্তমূলীয় : ঘোষ- (ন) কণ্ঠ্য : ঘোষ- (ঙ) (4)পাৰ্শ্চিক : দন্তমূলীয় : ঘোষ- (ল) (5)কম্পিত : দন্তমূলীয় : ঘোষ- (ৰ)


(2) স্বৰধ্বনি : যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ বিৱৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে৷ লিখিতভাৱে স্বৰধ্বনি 11 টা যদিও; বিশিষ্ট স্বৰধ্বনি আঁঠটাহে পোৱা যায়৷ উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি৷ (1) উচ্চ : সন্মুখ : (ই) পশ্চ : (উ) (2) উচ্চ-মধ্য : সন্মুখ : (এ) পশ্চ : (ও) (3) উচ্চ-নিম্ন-মধ্য : সন্মুখ : (এ') পশ্চ : (অ') (4) নিম্ন-মধ্য : পশ্চ : (অ) (5) নিম্ন : কেন্দীয় : (আ)


[edit] Alveolar Stops

The অসমীয়া phoneme inventory is unique in the Indic group of languages in its lack of a dental-retroflex distinction in coronal stops. Historically, the dental stops and retroflex stops both merged into alveolar stops. This makes অসমীয়া resemble non-Indic languages in its use of the coronal major place of articulation. The only other language to have fronted retroflex stops into alveolars is the closely-related eastern dialects of Bengali (although a contrast with dental stops remains in those dialects).

[edit] Voiceless Velar Fricative

Unlike most eastern Indic languages, অসমীয়া is also noted for the presence of the voiceless velar fricative x,(x, IIT,G) historically derived from what used to be coronal sibilants. The derivation of the velar fricative from the coronal sibilant [s] is evident in the name of the language in অসমীয়া; some অসমীয়া prefer to write Oxomiya/Ôxômiya instead of Asomiya/Asamiya to reflect the sound, represented by [x] in the International Phonetic Alphabet. This sound [x] was present in Vedic Sanskrit, but disappeared in classical Sanskrit. It was brought back into the phonology of অসমীয়া as a result of lenition of the three Sanskrit sibilants. This sound is present in other nearby languages, like Chittagonian.

The sound is variously transcribed in the IPA as a voicelss velar fricative Template:IPA, a voiceless uvular fricative Template:IPA, and a voiceless velar approximant Template:IPA by leading phonologists and phoneticians. Some variations of the sound is expected within different population groups and dialects, and depending on the speaker, speech register, and quality of recording, all three symbols may approximate the acoustic reading of the actual অসমীয়া phoneme.

[edit] Velar nasal

অসমীয়া, in contrast to other Indo-Aryan languages, uses the velar nasal extensively. In these languages the velar nasal is always attached to a homorganic sound, whereas it is used singly in অসমীয়া.[৩]

[edit] Vowel inventory

Eastern Indic languages like অসমীয়া, Bengali, Sylheti, and Oriya do not have a vowel length distinction, but have a wide set of low vowels. In the case of অসমীয়া, there are two phonetically low vowels, central a [a] and its back rounded counterpart å [[[:Template:IPA]]]. This low back rounded vowel å [[[:Template:IPA]]] is unique in this branch of the language family, and sounds very much to foreigners as something between [o] and [u]. It is used in many dialects of British English, including Received Pronunciation, as in the word [[[:Template:IPA]]] "pot" (note that this is not the same vowel in other dialects of English). This vowel is found in অসমীয়া words such as påt [[[:Template:IPA]]] "to bury".

[edit] উপভাষা

উনবিংশ শতিকাত খ্ৰিষ্টাণ মিছনেৰীসকলে যি ভষাত শিৱসাগৰত অৰুণোদয় ছপা কৰিছিল সেই ভাষাই সময়ত মান্য ভাষা হৈছিল আৰু সেই ভাষাই বৰ্তমান চৰকাৰী ভাষা৷ অসমৰ সংবাদ পত্ৰ, স্কুল-কলেজ আদিতো এই ভাষাকে ব্যৱহাৰ কৰা হয়৷ কিন্তু বৰ্তমান অসমত ইয়াৰ বাহিৰেও কেইবাটাও উপভাষা প্ৰচলিত আছে৷ বাণিকান্ত কাকতীৰ মতে অসমত দুটা উপভাষাৰ প্ৰচলন আছে (1) পূব আৰু (2) পশ্চিম উপভাষা৷ কিন্তু বৰ্তমান উপভাষা বিভাজনত চাৰিটা ভাগ কৰা দেখা যায়৷

  1. পূব উপভাষা (শিৱসাগৰকে ধৰি অন্যান্য জিলাত ব্যৱহাৰ কৰা বৰ্তমানৰ মান্য ভাষা)
  2. মধ্য উপভাষা (নগাঁও, মৰিগাঁও আদি আৰু তাৰ দাঁতি কাষৰিয়া অঞ্চল)
  3. কামৰূপী উপভাষা (কামৰূপ, নলবাৰি, বৰপেটা, দৰং, কোকৰাঝাৰ আৰু বঙ্গাইগাঁও জিলাত)
  4. গোৱালপাৰা উপভাষা (গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ আৰু বঙ্গাইগাঁও জিলা)

[edit] অসমীয়া সাহিত্য

অসমীয়া সাহিত্যৰ পৰিৱৰ্তনৰ পিনৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি৷

চৰ্যাপদ 

অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশন চৰ্যাপদবোৰত পোৱা যায়৷ চৰ্যাপদবোৰ বৌদ্ধধৰ্মৰ মূল আচাৰ-নীতিবোৰ প্ৰচাৰ কৰিবলৈ গীতৰ আকাৰত ৰচনা কৰা হৈছিল৷ ৰাগ-ৰাগিনী অনুসৰি গোৱা এই গীতবোৰক চৰ্যাগীত, বৌদ্ধগান বা দোহাও বোলে৷ চৰ্যাপদবোৰ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাৱৰ কৰা হৈছে৷

প্ৰাক শঙ্কৰী যুগ 

অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আদৰ্শ স্থাপন হয় 14শ শতিকাত ৰচিত হেম সৰস্বতী 'প্ৰহ্লাদ চৰিত' পুথিৰ জড়িয়তে৷ আনহাতে 14শ শতিকাত মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ন অসমীয়ালৈ অনুবাদ কৰে৷ আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ ভিতৰত এইখনেই প্ৰথম ৰামায়ন৷ ৰুদ্ৰ কন্দলিয়ে মহাভাৰতৰ 'দ্ৰোণ পৰ্ব' অনুবাদ কৰে৷ 15শ শতিকাত সৃষ্টি হয় দূৰ্গাবৰৰ 'গীতি ৰামায়ণ', একেদৰে পীতাম্বৰ আৰু মনকৰেও পুৰাণৰ পৰা যথেষ্ট সংখ্যক গীত অনুবাদ কৰে৷ এই শ্ৰেণীৰ সাহিত্যক পাঁচালী সাহিত্য বোলে৷

বৈষ্ণৱ যুগ 

15শ শতিকাত জন্ম গ্ৰহণ কৰা মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে (1449-1668) অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিবৰ কাৰণে সংস্কৃত সাহিত্যৰ পৰা অনেক সাহিত্য অনুবাদ কৰাৰ লগতে স্বকীয়ভাৱেও অনেক সাহিত্য সৃষ্টি কৰিছিল৷ কীৰ্তন-ঘোষা, ভক্তি-প্ৰদীপ, ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান আৰু বলি চলন, দশম আদি উল্লেখযোগ্য৷ ৰাম সৰস্বতীয়ে অনুবাদ কৰে মহাভাৰতৰ বিভিন্ন কাণ্ডসমূহ আৰু বিভিন্ন পুৰাণ-উপপুৰাণৰ পৰা সংগ্ৰহিত 'বধ কাব্যসমূহ'৷ মাধৱদেৱৰ 'ৰাজসুই যজ্ঞ' আদি এই সময়ৰ অন্যান্য লেখত ল'ব লগিয়া গ্ৰন্থ৷ এই সময়তে ভট্টদেৱে প্ৰথম বাৰৰ কাৰণে সাহিত্য ৰচনাত গদ্যক একমাত্ৰ প্ৰকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰে৷ তেওঁৰ 'কথা-গীতা', 'কথা-ভাগৱত' অন্যতম৷

শঙ্কৰোত্তৰ যুগ 

অসমৰ আহোম ৰাজত্বৰ সময়তো অসমীয়া সাহিত্যৰ যথেষ্টসংখ্যক নতুন নতুন সাহিত্যৰ সৃষ্টি হৈছিল৷ আহোম যুগত সৃষ্টি হৈছিল বুৰঞ্জী সাহিত্যসমূহ৷ ইয়াৰ উপৰিও আহোম যুগৰ অন্যতম সৃষ্টি আছিল ব্যৱহাৰিক সাহিত্যসমূহ৷ জ্যোতিষ, চিকিত্সা, গণিত, সঙ্গীত, নৃত্য আৰু বিভিন্ন বিষয়ত এই গ্ৰন্থসমূহ ৰচনা কৰা হৈছিল৷ শঙ্কৰোত্তৰ যুগত চৰিত সাহিত্যসমূহো সৃষ্টি কৰা হৈছিল৷ কথা গুৰু চৰিত এই সময়ৰ অন্যতম সৃষ্টি৷ ইয়াৰ উপৰিও দামোদৰ চৰিত, বৰদোৱা চৰিত, বনমালী দেৱৰ চৰিত আদি চৰিত পুথি পোৱা যায়৷

ৰোমান্টিক যুগৰ সাহিত্য 
অৰুণোদয় যুগ

আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি খ্ৰিষ্টাণ মিছনেৰি নাথাৰ্ন ব্ৰাউন, মাইল ব্ৰনচন আদিৰ প্ৰচেষ্টাত অসমীয়া ভাষাত প্ৰকাশ কৰা অৰুণোদয় (1846) আলোচনীৰ সময়ৰ পৰাই আৰম্ভ হয়৷ ইয়াৰ আগতে 1813 চনত মিছ্নেৰীসকলৰ উদ্যোগতে আত্মাৰাম শৰ্মাই বাইবেল অসমীয়ালৈ অনুবাদ কৰে৷ এইখনেই অসমীয়া ভাষাত প্ৰথম ছপা পুথি৷ সেইসময়তে নাথাৰ্ন ব্ৰাউনে ৰচনা কৰে 'গ্ৰামাটিকেল নটিচেছ অৱ দ্যা আছামিছ লেংগুৱেজ' (1848) , মাইল ব্ৰনচনে ৰচনা কৰে 'অসমীয়া-ইংৰাজী অভিধান' (1867) আৰু 1839 চনত অন্য এজন মিছনেৰী ডব্লিও.ৰবিনচনে ৰচনা কৰে ইংৰাজীত প্ৰথম অসমীয়া ব্যাকৰণ 'এ গ্ৰামাৰ অৱ আছামিছ লেংগুৱেজ'.

19 শ শতিকাত অসমীয়া সাহিত্যয় এক নতুন ধাৰাৰে আগবাঢ়ে৷ এই সময়তে হেমচন্দ্ৰ বৰুৱা(1835-1896) অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ 'অসমীয়া ব্যাকৰণ' (1895) ৰচনা কৰে৷ আৰু অসমীয়া ভাষাত প্ৰথম অভিধান 'হেমকোষ' (1900) ৰচনা কৰে৷ এই সময়তে প্ৰকাশ পায় অসমীয়া সংবাদ পত্ৰ 'অসম বন্ধু' (1885)৷ আনন্দৰাম ঢেকিয়াল ফুকন (1829-96), গুণাভিৰাম বৰুৱা (1837-95) এই সময়ৰ উল্লেখযোগ্য ব্যক্তি৷ গুণাভিৰাম বৰুৱাৰ 'ৰাম-নৱমী' (1857) আৰু হেমচন্দ্ৰ বৰুৱাৰ 'কানীয়া-কীৰ্তন' (1861) উল্লেখ্যযোগ্য গ্ৰন্থ৷

কলিকাতাত পঢ়িবলৈ গৈ চন্দ্ৰ কুমাৰ আগৰৱলা (1867-1938), লক্ষ্মিনাথ বেজবৰুৱা (1867-1938) আৰু হেমচন্দ্ৰ গোস্বামী (1872-1928)ৰ প্ৰচেষ্টাত প্ৰকাশ পোৱা 'জোনাকী' (1889) আলোচনীৰ সময়ৰ পৰাই আধুনিক অসমীয়া সাহিত্যলৈ সম্পূৰ্ণভাৱে ৰোমাণ্টিক কবিতা, চুটিগল্প, নাটক, উপন্যাস, ৰসৰচনা, আত্মজীৱনি, জীৱনি আদিৰ সৃষ্টি হয়৷ এই সময়তে আগৰৱলাৰ প্ৰকাশ পায় 'প্ৰতিমা' (1914) আৰু 'বীণ-বৰাগী' (1923) নামৰ দুখন কবিতা পুথি৷ বেজবৰুৱাই প্ৰকাশ কৰে 'কদমকলি' (1913) আৰু 'পদুমকলি'৷ হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া চনেট সৃষ্টিৰে ৰচনা কৰে কবিতা সংকলন 'ফুলৰ চাকি' (1907)৷ ইয়াৰ বাহিৰেও এই সময়তে সাহিত্যৰ অন্যান্য দিশতো যথেষ্ঠ সংখ্যক অৱদান আগবঢ়ায৷

এই পিছতে যথেষ্ঠ সংখ্যক কবি নাট্যকাৰৰ জন্ম হয়৷ ভোলানাথ দাস (1858-1928), কমলাকান্ত ভট্ৰাচাৰ্য্য (1853-1927), হিতেশ্বৰ বৰবৰুৱা (1876-1939), বেণুধৰ ৰাজখোৱা (1872-1935), ৰঘুনাথ চৌধাৰী (1879-1966) আদিয়ে যথেষ্ঠ সংখ্যক কবিতা পুথি ৰচনা কৰে৷ আধুনিক অসমীয়া উপন্যাৰ ধাৰাটো আৰম্ভ কৰে ৰজনীকান্ত বৰদলৈয়ে (1867-1939)৷ তেওঁৰ উল্লেখ্যযোগ্য সৃষ্টি হ'ল 'মিৰিজীয়ৰি' (1895), 'মনোমতি' (1900), 'দন্দোৱা দ্ৰোহ' (1909) আৰু 'ৰহদৈ লিগিৰী' (1930)৷ পদ্মনাথ গোহাঁঞি বৰুৱাৰ (1871-1946) কবিতা পুথি 'ফুলৰ চানেকি', 'জুৰণি' (1900) আৰু 'লীলা' (1901) উল্লেখযোগ্য৷

এই সময়তে অসমীয়া অতীন্দ্ৰিয়বাদি কবিতাক জনপ্ৰিয় কৰি তোলে ক্ৰমে দূৰ্গেশ্বৰ শৰ্মা (1882-1961) আৰু নলিনীবালা দেৱী (1898-1978)৷ উমৰ খায়াম অসমীয়ালৈ অনুবাদ কৰে যতিন্দ্ৰনাথ দূৱৰাই (1892-1978)৷ অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা এই সময়ৰ অন্যান্য কবিসকল আছিল ৰত্নকান্ত বৰকাকতী (1897-1963), পাৰ্ৱ্তি প্ৰসাদ বৰুৱা (1904-1964), পদ্মধৰ চলিহা (1895-1968), জ্যোতিপ্ৰসাদ আগৰৱালা (1903-1951), প্ৰসন্নলাল চৌধৰী (1902), বিনন্দ্ৰ চন্দ্ৰ বৰুৱা (1903) আৰু দেৱকান্ত বৰুৱা (1914)৷ দেৱকান্ত বৰুৱাৰ 'সাগৰ দেখিছা' কাব্য পুথি অসমীয়া ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ যুগসন্ধিৰ কবিতা বুলিব পাৰি৷

আধুনিক যুগৰ সাহিত্য 

দ্বিতীয় মহাযুদ্ধৰ পিছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলো ফালে নানা পৰিৱৰ্তনে দেখা দিলে৷ এই সময়ত ৰচিত কবিতা, চুটিগল্প, নাটক, উপন্যাস সকলোফালে নতুনত্বয় দেখা দিলে৷ চৈয়দ আব্দুল মালিক, যোগেশ দাস, বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্য্য, ভৱেন্দ্ৰনাথ শইকীয়া, মহিম বৰা, হিতেশ ডেকা, হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি, মামণি ৰয়চম গোস্বামি আদিৰ গল্প আৰু উপন্যাসে আধুনিক সাহিত্যৰ ভৰাঁল চহকি কৰে৷ কবিতাৰ ক্ষেত্ৰত অজিত বৰুৱা, হৰেকৃষ্ণ ডেকা, নীলমণি ফুকন, নিৰ্মল প্ৰভা বৰদলৈ, নলিনীধৰ ভট্টাচাৰ্য্য আদি উল্লেখ্যযোগ্য৷ ইয়াৰ লগে লগে ন-ন প্ৰতিভাৱন সাহিত্যিকৰ সৃষ্টিয়ে বৰ্তমান অসমীয়া সাহিত্যক চহকি কৰি তোলিছে৷

[edit] চাওক

  • চর্যপদ
  • ভাৰতীয ভাষা
  • ভাৰতীয ভাষাৰ তালিকা
  • List of Indian languages by total speakers

[edit] References

  1. Bara, Mahendra The Evolution of the Assamese Script, অসম সাহিত্য সভা, Jorhat, 1981.
  2. Kommaluri, Vijayanand, et al. Issues in Morphological Analysis of North-East Indian Languages Language in India, Volume 5 : 7 July 2005
  3. অসমীয়া Design Guide, The Resource Centre for Indian Language Technology Solutions, Indian Institute of Technology, Guwahati.

[edit] External links

Template:InterWiki

Template:Indo-Iranian languages


aa - ab - af - ak - als - am - an - ang - ar - arc - as - ast - av - ay - az - ba - bar - bat_smg - bcl - be - be_x_old - bg - bh - bi - bm - bn - bo - bpy - br - bs - bug - bxr - ca - cbk_zam - cdo - ce - ceb - ch - cho - chr - chy - co - cr - crh - cs - csb - cu - cv - cy - da - de - diq - dsb - dv - dz - ee - el - eml - en - eo - es - et - eu - ext - fa - ff - fi - fiu_vro - fj - fo - fr - frp - fur - fy - ga - gan - gd - gl - glk - gn - got - gu - gv - ha - hak - haw - he - hi - hif - ho - hr - hsb - ht - hu - hy - hz - ia - id - ie - ig - ii - ik - ilo - io - is - it - iu - ja - jbo - jv - ka - kaa - kab - kg - ki - kj - kk - kl - km - kn - ko - kr - ks - ksh - ku - kv - kw - ky - la - lad - lb - lbe - lg - li - lij - lmo - ln - lo - lt - lv - map_bms - mdf - mg - mh - mi - mk - ml - mn - mo - mr - mt - mus - my - myv - mzn - na - nah - nap - nds - nds_nl - ne - new - ng - nl - nn - no - nov - nrm - nv - ny - oc - om - or - os - pa - pag - pam - pap - pdc - pi - pih - pl - pms - ps - pt - qu - quality - rm - rmy - rn - ro - roa_rup - roa_tara - ru - rw - sa - sah - sc - scn - sco - sd - se - sg - sh - si - simple - sk - sl - sm - sn - so - sr - srn - ss - st - stq - su - sv - sw - szl - ta - te - tet - tg - th - ti - tk - tl - tlh - tn - to - tpi - tr - ts - tt - tum - tw - ty - udm - ug - uk - ur - uz - ve - vec - vi - vls - vo - wa - war - wo - wuu - xal - xh - yi - yo - za - zea - zh - zh_classical - zh_min_nan - zh_yue - zu -