User:Anjal Borah
From Wikipedia
অঞ্জল বৰা,
মোৰ ঘৰ শোণিতপুৰ জিলাৰ কামদেৱালত৷ মই বৰ্তমান মধ্যপ্ৰদেশৰ ইণ্দোৰ চহৰৰ এটা কোম্পানিত অসমীয়া ভাষাত কাম কৰি আছোঁ৷ মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যলয়ৰ অসমীয়া বিভাগৰ এজন গৱেষক ছাত্ৰ৷ ৱিকিপেডিয়াত কাম কৰি মোৰ খুবেই ভাল লাগিছে৷ অসমীয়া ভাষাত এনে এখন বিশ্বকোষ হোৱাতো মই অন্তৰেৰে কামনা কৰোঁ৷