যোৰহাট
From Wikipedia
উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ| ১৮ শতিকাত ভোগদৈ নৈৰ পাৰৰ মাছৰহাট আৰু চকীহাট নামৰ দুখন বজাৰ থকাত এই অঞ্চলটো পৰবৰ্ত্তী কালত যোৰহাট বুলি জনাজাত হয়| যোৰহাট আহোম শাসনৰ শেষ ৰাজধানী আছিল| বৰ্ত্তমান ইয়াত অসম কৃষি বিশ্ববিদ্যালয়,চাহ গৱেষণাগাৰ অৱস্থিত