পিনক'ড
From Wikipedia
ডাক সূচকাংক বা পিনক'ড বা পিন নং ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা| প্ৰতিটো পিনক'ডত ৭টা সংখ্যা থাকে| পিনক'ড ব্যৱস্থা ১৯৭১ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল|
সূচী |
[edit] গঠন
ভাৰতত ৮টা অসামৰিক আৰু ১টা সামৰিক পিনক'ড অঞ্চল আছে| পিনক'ডৰ প্ৰথম সংখ্যাটোৱে এই ৯টা অঞ্চলৰ কোন অঞ্চলত ঠিকনাটো অৱস্থিত তাক সূচায়| দ্বিতীয় সংখ্যাটোৱে মূখ্য অঞ্চলৰ উপ-অঞ্চলৰ অৱস্থিতি দেখুৱায়| তৃতীয় সংখ্যাটোৱে ডাক-জিলাৰ অৱস্থান আৰু শেষৰ তিনিটা সংখ্যাই বিশেষ এটা ডাকঘৰ সূচায়|